
পেহেলগামত পৰ্যটক সকলৰ ওপৰত কৰা আক্ৰমণে সকলোকে স্তম্ভিত কৰি তুলিছে
পেহেলগামত পৰ্যটক সকলৰ ওপৰত কৰা আক্ৰমণে সকলোকে স্তম্ভিত কৰি তুলিছে, তাতোকৈ আচৰিত কৰিছে ধৰ্ম শুধি শুধি হত্যা কৰা ঘটনাই। ইমান নিষ্ঠুৰতাৰ গৰিহণা দিবলৈ ভাষা নাই। আমাৰ জীৱনত, আমি শুনা এইটোৱে হয়টো অসামৰিক বা সাধাৰণ নাগৰিকৰ ওপৰত হোৱা আটাইতকৈ বৰ্বৰ আক্ৰমণ। যোৱা দুবছৰ আগতে পৰ্যটক হিচাবে নিজে যোৱা সেই ঠাইৰ নিউজবোৰ ভালকৈ চাবলৈ সাহস হোৱা নাছিল।...
Read more